explain-icon

ব্যাখ্যা

মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি এৰি দিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। এই নিষেধাজ্ঞা সকলোৰে বাবে প্ৰযোজ্য, সৰু হওক বা ডাঙৰ। আনহাতে নাৰীসকলৰ মূৰৰ চুলি খুৰোৱা উচিত নহয়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • ইছলামী চৰীয়তে মানুহৰ বাহ্যিক আকাৰ-আকৃতিৰ প্ৰতিও গুৰুত্ব দিয়ে।