ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ নামসমূহৰ মাজত আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় নাম হৈছে আব্দুল্লাহ আৰু আব্দুৰ ৰহমান।" ছহীহ - (মুছলিম)