explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজৰ বৈঠকত এই দুআটো বাৰে বাৰে পঢ়িছিল, "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।" ৰাব্বিগফিৰ লীৰ অৰ্থ হৈছে, বান্দাই আল্লাহৰ ওচৰত নিজৰ গুনাহ মাৰ্জনাৰ আবেদন কৰা তথা দোষ-ত্ৰুটি গোপন ৰখাৰ প্ৰাৰ্থনা কৰা।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • ফৰজ হওক বা নফল নামাজ, দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰাটো চৰীয়ত অনুমোদিত।
  • ৰাব্বিগফিৰ লী, এবাৰ পাঠ কৰা ওৱাজিব, বাৰে বাৰে পাঠ কৰাটো মুস্তাহাব।
explain-icon

অধিক