জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সকলো সৎকৰ্মই হৈছে চাদাক্বাহ। ছহীহ - (বুখাৰীয়ে বৰ্ণনা কৰিছে জাবিৰৰ হাদীছ, আৰু মুছলিমে বৰ্ণনা কৰিছে হুজাইফাৰ হাদীছ)