আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ অভিভাৱক অবিহনে বিবাহ নহয়। ছহীহ - (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)