জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক গায়েৰ মাহৰাম নাৰীৰ প্ৰতি অনিচ্ছাকৃতভাৱে হঠাতে পৰা দৃষ্টিপাত সম্পৰ্কে সুধিলে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক নিৰ্দেশ দিলে যে, লগে লগে বেলেগ ফালে মুখ ঘূৰাই ল'বা, ইয়াৰ ফলত কোনো গুনাহ নহ'ব।