explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নীতি আছিল যে, তেখেতে কেতিয়াও সুগন্ধিক প্ৰত্যাখ্যান কৰা নাছিল, বৰং গ্ৰহণ কৰিছিল, কাৰণ এইটো বহন কৰা সহজ আৰু সুগন্ধিময়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • আতৰ বা সুগন্ধিৰ উপহাৰ গ্ৰহণ কৰা মুস্তাহাব। কিয়নো এইটো বহন কৰাত কোনো কষ্টও নাই আৰু এইটো কবুল কৰিলে কোনো খটা দিয়াৰো অৱকাশ নাই।
  • এইটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ প্ৰমাণ বহন কৰে যে, তেখেতক কোনোবাই উপহাৰ দিলে তেখেতে সেয়া গ্ৰহণ কৰিছিল, আনকি তেখেতে কেতিয়াও সুগন্ধিৰ উপহাৰ প্ৰত্যাখ্যান কৰা নাছিল।
  • হাদীছটোৰ দ্বাৰা সুগন্ধি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
explain-icon

অধিক