explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ দুবাৰ দুবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক দুবাৰ দুবাৰকৈ ধুইছিল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • অজুৰ অংগবোৰ নূন্যতম এবাৰকৈ ধোৱা ওৱাজিব। ইয়াতকৈ অধিক ধোৱাটো মুস্তাহাব।
  • কেতিয়াবা কেতিয়াবা অজুৰ অংগবোৰ দুবাৰ দুবাৰকৈও ধুব পাৰি।
  • মূৰ মছেহ কৰাটো এবাৰেই যথেষ্ট।