ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})