উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})